19/11/2026
🏍️ ANOWARA BAJAJ – আউটড’ৰ এক্টিভিটিজ! 💙
বাজাজৰ অভিজ্ঞতা এতিয়া আপোনালোকৰ আৰু অধিক কাষত! ❤️
বটাবাৰী বজাৰ, নলবাৰী**ত সফলতাৰে অনুষ্ঠিত হ'ল আমাৰ আউটড'ৰ এক্টিভিটিজ। ইয়াৰ জৰিয়তে গ্ৰাহকসকলে একে ঠাইতে বাজাজৰ বিভিন্ন মটৰচাইকেল চোৱাৰ লগতে বাইকৰ বিষয়ে জানিবলৈ, পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ আৰু বিশেষ অফাৰ তথা ফাইনেন্সৰ সুবিধা লাভ কৰিবলৈ সুযোগ পাইছে।
আপোনাৰ প্ৰিয় বাজাজ বাইক এতিয়া আপোনাৰ আৰু অধিক কাষত!
📍 স্থান: বটাবাৰী বজাৰ, নলবাৰী, অসম।
বাজাজৰ সৰ্বোত্তম অভিজ্ঞতা লাভ কৰিবলৈ আজি আমাৰ সৈতে যোগাযোগ কৰক।
ANOWARA BAJAJ – নলবাৰী আৰু বাক্সা
BajajMotorcycles