Mono Motor Works

Mono Motor Works Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mono Motor Works, Automotive, aircraft & boat, Kamakhya.

28/09/2023

এগৰাকী চিকিৎসকৰ মহানুভৱতা।ডাঃ ৰক্তিম বৰগোহাই ৰোগীৰ সেৱাৰ বাবে ক্ৰয় কৰিছে এখন বাহন।যিখন বাহনত কেৱল তেল ভৰায় ব্যৱহাৰ কৰিব পাৰিব ৰাইজে।চিকিৎসক গৰাকীৰ এই প্ৰয়াস সচায় শলাগ লব লগীয়া।

{এনেধৰণৰ যোগাত্মক লেখা,আপডেট সমূহ লাভ কৰিবলৈ ফলৌ কৰক আমাৰ পেজ খন}

27/09/2023
26/09/2023
24/09/2023
24/09/2023

গৌৰৱৰ ক্ষণ!

চীনত অনুষ্ঠিত 'এছিয়ান গেমছ'ৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলৰ হৈ ধ্বজাবাহকৰ ৰূপত অসমৰ গৌৰৱ লাভলীনা বৰগোহাঁই।

এইছেগতে ভাৰতীয় দলৰ খেলুৱৈসকলক আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।

23/09/2023
23/09/2023
23/09/2023

হাত-ভৰি নাথাকিলেও মা দুৰ্গাৰ মূৰ্তি বনাইছে এইবোৰ ভাইৰেল হ’ব লাগে..❤️

23/09/2023
17/09/2023
17/09/2023

আজি দিল্লী এয়াৰপৰ্টত বহু দিনৰ পাছত বাইচুং ভূটীয়াক লগ পালো। ভাৰতীয় ফুটবল জগতৰ এজন পুৰোধা ব্যক্তি বাইচুং মোৰ বহু পুৰণি বন্ধু। আগতে দিল্লীত খেলিলে চাবলৈ যাওঁ, বিভিন্ন প্লেটফৰ্মত বহুদিন লগ পাইছো। আজি প্ৰায় দশকৰ পাছত লগ পালো। খেলা শেষ কৰি বাইচুং ৰাজনীতিত সোমাল, চিকিমৰ বাবে কিছু কাম কৰাৰ মন। নতুনকৈ দল এটা খুলিছিল এতিয়া পৱন চামলিংৰ চিকিম ডেমক্ৰেটক ফ্ৰণ্টত চামিল হৈ অহা চিকিম নিৰ্বাচনত শক্তিশালী ৰূপত থিয় দিব বুলি আশা কৰা হৈছে। বহু কথা পাতিলো, উত্তৰ পূবৰ সাম্প্ৰতিক ৰাজনীতি, মোৰ বিভিন্ন প্ৰকল্পৰ বিষয়ে। খুব ভাল লাগিল, বাইচুংৰ ৰাজনৈতিক জীৱনলৈ শুভেচ্ছা জনালো। Bhaichung Bhutia

Address

Kamakhya
781021

Telephone

+919864186600

Website

Alerts

Be the first to know and let us send you an email when Mono Motor Works posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mono Motor Works:

Share