04/04/2026
Friends Motors, Jagiroad ৰ ১৯ বছৰীয়া সফল যাত্ৰাৰ এই বিশেষ মুহূর্তত আমাৰ সকলো শ্ৰদ্ধাৰ গ্ৰাহকসকলক আন্তৰিক অভিনন্দন আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আপোনালোকৰ অটল বিশ্বাস, সহায় আৰু মৰম অবিহনে এই দীঘলীয়া পথ অতিক্ৰম কৰা সম্ভৱ নহ’লহেঁতেন। প্ৰতিটো বছৰত আপোনালোকৰ সমৰ্থনেই আমাক আগবাঢ়িবলৈ শক্তি আৰু প্ৰেৰণা দি আহিছে।
আগলৈ ও আপোনালোকৰ মৰম আৰু সহযোগ সদায় থাকিব বুলি কামনা কৰিলোঁ। আগন্তুক দিনসমূহতো আৰু উন্নত সেৱা আগবঢ়াই আপোনালোকৰ বিশ্বাস অটুট ৰাখিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।
ধন্যবাদ আৰু শুভেচ্ছাৰে
Friends Motors, Jagiroad