AutoXone Assam

AutoXone Assam আমি অসমীয়া ভাষাত যান-বাহনৰ বিভিন্ন খবৰ/বাতৰি আলোচনা কৰি আপোনালৈ আগবঢ়াও।
-Automobile Page

28/11/2023

ভাৰতীয় বজাৰত অহা ৬ মাহত আহিবলগীয়া গাড়ী। আপোনাৰ জনপ্ৰিয় কোনখন!

26/11/2023

গোৱাত Royal Enfield এ নতুন এখন মটৰচাইকেল মুকলি কৰিছে। 2021 চনৰ SG 650 concept ৰ ওপৰত তৈয়াৰী মটৰচাইকেলখনৰ নাম হৈছে Shotgun 650।

24/11/2023

Mahindra ৰ ফালৰ পৰা অহা ২-৩ বছৰত আহিবলগীয়া ইলেক্ট্রিক গাড়ীসমূহৰ বিষয়ে আলোচনা। Part 1 ইতিমধ্যে চেনেলত উপলদ্ধ।

23/11/2023

Mahindra ৰ ফালৰ পৰা অহা ২-৩ বছৰত আহিবলগীয়া ইলেক্ট্রিক গাড়ীসমূহৰ বিষয়ে আলোচনা। Part 2 অতি সোনকালে আহি আছে

22/11/2023

Toyota Innova Hycress ৰ এটা Special Edition আহি আছে। দামটো অলপ বেছি কিন্তু, যিসকলে এনেধৰণৰ color scheme ভাল পাই তেওঁলোকে লব পাৰে।

21/11/2023

Ather Energy ৰ এখন নতুন Electric Scooter পৰীক্ষামূলকভাৱে চলোৱা দেখা পোৱা গৈছে। পৰিয়ালৰ বাবে উপযুক্ত হোৱা ধাৰণাৰ এই scooter খন হব যেন লাগিছে। অৱশেষত TVS iQube ৰ প্ৰতিদ্বন্দী এখন scooter আহিব যেন লাগিছে।

20/11/2023

Honda Motors India Launches Honda CB350, a retro themed classic motorcycle, wich is a direct competition to Royal Enfield Classic 350. Who will win the Race! Can You Guess!

Honda Motors India ই মুকলি কৰিছে Honda CB350, ৰেট্ৰ' থিমযুক্ত ক্লাছিক মটৰ চাইকেল, যি Royal Enfield Classic 350ৰ প্ৰত্যক্ষ প্ৰতিযোগী। কোন জিকিব আপুনি অনুমান কৰিব পাৰেনে!

19/11/2023
12/11/2023

Matter Electric Motorcycle Delivery Delayd | আপুনিও Book কৰিছিল নেকি? scooter

matter ৰ ইলেক্ট্রিক মটৰচাইকেলখনৰ Delivery পিছুৱাই দিয়া হৈছে। এটা নতুন কোম্পানীৰ হিচাপে এইটো শুভ লক্ষণ নহয়।

11/11/2023

Hybrid Engines | Hybrid কিনিলে লাভ হ'ব নে! নে EV কিনিব!

আভ্যন্তৰীণ দহন ইঞ্জিন (ICE) বাহনসমূহে কেৱল পৰম্পৰাগত ইন্ধন দহনৰ ওপৰত নিৰ্ভৰ কৰে। Mild Hybrid বাহনত আভ্যন্তৰীণ দহন ইঞ্জিনক সহায় কৰিবলৈ সৰু বৈদ্যুতিক মটৰ সংযুক্ত কৰা হয়, যাৰ ফলত ইন্ধনৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। Aggressive Hybrid বাহনসমূহে ডাঙৰ বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰে আৰু কম গতিবেগত কেৱল বৈদ্যুতিক শক্তিৰে কাম কৰিব পাৰে, যাৰ ফলত সামগ্ৰিকভাৱে ইন্ধনৰ ব্যৱহাৰ হ্ৰাস পায়। Plug in Hybrid বাহনত বৃহৎ বেটাৰী থাকে যিটো বাহ্যিকভাৱে চাৰ্জ কৰিব পাৰি, যাৰ ফলত আভ্যন্তৰীণ দহন ইঞ্জিনৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে কেৱল বৈদ্যুতিক ড্ৰাইভিং ৰেঞ্জ বৃদ্ধি কৰিব পৰা যায়।
প্ৰতিটো হাইব্ৰিড প্ৰকাৰে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ দিশত এক পদক্ষেপক প্ৰতিনিধিত্ব কৰে, প্লাগ-ইন হাইব্ৰিডসমূহে আটাইতকৈ দীঘলীয়া সম্ভাৱ্য কেৱল বৈদ্যুতিক ড্ৰাইভিং দূৰত্ব প্ৰদান কৰে। এই বিভিন্ন হাইব্ৰিড প্ৰযুক্তিয়ে পৰিবহণৰ ক্ষেত্ৰত অধিক বহনক্ষম আৰু পৰিৱেশ সচেতন পদ্ধতিত অৰিহণা যোগায়, বিভিন্ন গ্ৰাহকৰ প্ৰয়োজন আৰু পছন্দসমূহ পূৰণ কৰে

/yxmePkGhO-k
ABS আৰু EBD: https://youtu.be/3hPHksc_nls

আমাৰ ফেচবুক পেজ: https://www.facebook.com/profile.php?id=61552274949424

10/11/2023

Hero Motocorp য়ে মিলানৰ EICMAত উন্মোচন কৰিছে নতুন 2.5R Xstunt Street। নতুন Hero Karizma XMR 210ৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এখন ষ্ট্ৰীট বাইক। ২০২৪ চনৰ আৰম্ভণিতে মুকলি হোৱাৰ আশা আছে।
কিন্তু ভাৰতীয় বজাৰত তেওঁলোকৰ সন্মুখত কঠোৰ প্ৰতিযোগিতাৰ সম্মুখীন হব।

09/11/2023

Royal Enfield ৰ পৰা এটা নতুন ধামকা। সম্পূৰ্ণ নতুন 450cc liquid cooled Single Cylinder ইঞ্জিনৰ সৈতে, এই ছেগমেণ্টত ৰয়েল এনফিল্ডৰ প্ৰথম 450ccৰ লগতে প্ৰথম liquid cooled ইঞ্জিন। আমি সকলোৱে জনা মতে, RE য়ে তেওঁলোকৰ পুৰণি ইঞ্জিনৰ পৰা দিনক দিনে উন্নতি কৰি আহিছে, আশাকৰোঁ এইটো The Royal Enfield Meteor ৰ পিছত পৰৱৰ্তী Milestone হব। RE Himalayan ত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ Digitel instrument cluster আছে ৷ নতুন বৈশিষ্ট্য আৰু নতুন নিৰ্মাণৰ লগতে নতুন ইঞ্জিনৰ সৈতে, আশা কৰা মতে কাম কৰিলে ই এটা সঠিক Adventure মটৰচাইকেল হ’ব।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when AutoXone Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share