12/04/2025
প্ৰিয় গ্ৰাহক,
আপোনাৰ হিৰো BS iv বাহন খনৰ কোম্পানী ফালৰ পৰা এটা softwear update আহিছে । এপ্ৰিল মাহৰ ভিতৰত এই update টো দিয়া বাধ্যতামূলক। সময় অনুসৰি update নকৰালে আপোনাৰ বাহন খনৰ starting isuue,mileage issue,low pickup আদি সম্যসা সন্মুখীন হব পাৰে ।
অধিক জানিবৰ বাবে 8472985488/8638983687 নম্বৰত ফোন কৰক
Auto World.Hero service
গোলাঘাট।