Uday jyoti sadhanidar

Uday jyoti sadhanidar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Uday jyoti sadhanidar, Automotive Service, Teok, Jorhat.

15/10/2025

জগত পোহৰ কৰি নামিব প্লাবন
আঁতৰাব অমানিশা
বধিব ৰাৱণ

27/08/2025
📌বিদায় ভাৰত 🇮🇳💓 21আগষ্ট তাৰিখ মোৰ ভাৰতত শেষ দিন। 21তাৰিখে চুইডেনলৈ যোৱা বিমান আৰু দহ বছৰ তাত থাকিম। যাবলৈ অনিচ্ছা যদিও ...
22/08/2025

📌বিদায় ভাৰত 🇮🇳💓 21আগষ্ট তাৰিখ মোৰ ভাৰতত শেষ দিন। 21তাৰিখে চুইডেনলৈ যোৱা বিমান আৰু দহ বছৰ তাত থাকিম। যাবলৈ অনিচ্ছা যদিও যাবই লাগিব! আপোনালোক সকলোকে বহুত মিছ কৰিম।

আপোনালোকে মোক আশীৰ্বাদ কৰিব।
মই জানো, চুইডেনলৈ যোৱাৰ এই খবৰটোৱে হয়তো আপোনালোক বহুতেই আচৰিত কৰিব। কাৰণ সিদ্ধান্ত হঠাতে লোৱা হৈছিল, কাকো খবৰ দিয়া হোৱা নাছিল।

মই যিসকলক খবৰটো দিব নোৱাৰিলোঁ আৰু যিসকলে মোক চিনি পায় তেওঁলোক বাবে এই পোষ্টটো কৰিলোঁ।
ফেচবুকত পোষ্টটো পোৱাৰ লগে লগে মই কপি কৰিলোঁ আৰু ফেচবুকত দিলোঁ। আৰু সঁচা কথা ক’বলৈ গ’লে মই নিজেও চিনি নাপাওঁ— আচলতে কোনে চুইডেনলৈ গৈ আছে! 🙂

সময় উলিয়াই পঢ়াৰ বাবে ধন্যবাদ। 🙏

For sale Newly constructed 3bhk /2bhk flat available now … Location-Jorhat
22/07/2025

For sale
Newly constructed
3bhk /2bhk flat available now …
Location-Jorhat

Address

Teok
Jorhat

Website

Alerts

Be the first to know and let us send you an email when Uday jyoti sadhanidar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share