Arunich Energy Station

Arunich Energy Station ARUNICH ENERGY A PLASE OF GOOD QUALITY PETROL , DISEL AND SERVO &CASTROL LUBRICANT

01/01/2025
09/12/2023

নায়াৰা দিপুত তেল ভৰাওক কেছ বেক পাওক।

শাৰদীয় দূর্গা পূজা উপলক্ষে আৰুনিছ এনাৰ্জী (NAYARA ENERGY) জামুগুৰিহাটৰ তৰফৰ পৰা ৰাইজলৈ প্ৰতি লিটাৰ ডিজেলত ১টকাকৈ ৰেহাই ম...
15/10/2023

শাৰদীয় দূর্গা পূজা উপলক্ষে আৰুনিছ এনাৰ্জী (NAYARA ENERGY) জামুগুৰিহাটৰ তৰফৰ পৰা ৰাইজলৈ প্ৰতি লিটাৰ ডিজেলত ১টকাকৈ ৰেহাই মূল্যত আগবঢ়োৱা হৈছে, ১৫অক্টোবৰৰ পৰা ৩০নবেম্বৰলৈ।

12/07/2023

আৰুনিছ এনাৰ্জী ষ্টেচন জামুগুৰি হাটৰ তৰফৰ পৰা আমি আমাৰ সন্মানীয় গ্ৰাহক সকলৰ বাবে সদস্য ভৰ্তিৰ জৰিয়তে উপহাৰ লাভৰ আচনি লৈ আহিছো, নিয়মীয়া ভাবে পেট্ৰল ,ডিজেল ভৰোৱা প্ৰতি জন গ্ৰাহকৰ ভাবে এই আচনি উপলব্ধ, আহক সকলোৱে এই আচনিৰ সুবিধা গ্ৰহন কৰক। অধিক জানিবৰ বাবে আৰুনিছ এনাৰ্জী ষ্টেচন, মাজৰচুক জামুগুৰি হাটৰ লগত যোগাযোগ কৰক।

15/04/2023
15/04/2023

বহাগ নহয় এটি মাহ,
বহাগ নহয় ঋতু,
বহাগ এটি প্রতিশ্রুতি...
প্রতিশ্রুতি মৰমৰ।
প্রতিশ্রুতি আৱেগৰ।
প্রতিশ্রুতি সেউজৰ।
প্রতিশ্রুতি অসমীয়াৰ।
আপুৰুগীয়া সংস্কৃতিৰ।

নৱবৰ্ষৰ প্ৰতিটো পলে কঢ়িয়াই আনক
সুখ-সমৃদ্ধি আৰু আশাৰ বতৰা,
লগতে আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ
আৰু সুখ শান্তিৰে ভৰপুৰ ৷
ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা, মন, পৰিৱেশ।
আৰুনিছ এনাৰ্জী ষ্টেচন (জামুগুৰি হাট) ৰ পৰিয়াল বৰ্গৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিলোঁ।
Happy Rongali Bihu

14/01/2023

আৰুনিছ এনাৰ্জী ষ্টেচন ৰ তৰফৰ পৰা সকলোলৈকে ভোগালীৰ ওলগ জনালো। এই বিহুয়ে প্রতিজন অসমীয়াৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা।
ভোগৰ উৎসৱ ভােগালীয়ে সকলােৰে মনবােৰ সমৃদ্ধ কৰি তোলক।এই ভোগালীয়ে কঢ়িয়াই আনক সকলোৰে জীৱনলৈ আনন্দ আৰু উল্লাস ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো । আগন্তুক দিন বোৰ যাতে সুখ-শান্তি কঢিয়াই আনক।
ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনা।

01/01/2023

সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ 2023 আন্তৰিক শুভেচ্ছা আৰু শুভকামনা যাচিলো অনাগত দিন সমূহ সূখ সমৃদ্ধিশালী হৈ পৰক।
সেই কামনাৰে
আৰুনিছ এনাৰ্জী ষ্টেচন।

24/10/2022

সমূহ ৰাইজলৈ পোহৰৰ উৎসব দ্বীপান্বিতা আৰু কালি পুজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আৰুনিচ এনাৰ্জী ষ্টেচন, জামুগুৰিহাট,
সাপ্তাহিক বজাৰ পথ।

Address

Jamugurihat, Near Weekly Market
Jamugurihat
784180

Telephone

+917002063045

Website

Alerts

Be the first to know and let us send you an email when Arunich Energy Station posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Arunich Energy Station:

Share

Category